প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উৰ্বৰকৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত আন এক ডাঙৰ সাফল্য
নেনো ইউৰিয়াৰ পিছত, অনুমোদিত হ’ল নেনো ডিএপি
কৃষকসকলৰ জীৱন সহজ কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে
Posted On:
05 MAR 2023 9:44AM by PIB Guwahati
ভাৰত চৰকাৰে নেনো ইউৰিয়াৰ পিছত এতিয়া নেনো ডিএপিকো অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই সিদ্ধান্ত আমাৰ কৃষক ভাই-ভনীসকলৰ জীৱন সহজ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"আমাৰ কৃষক ভাই-ভনীসকলৰ জীৱন সহজ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।"
************
DS /ST/KG
(Release ID: 1904484)
Visitor Counter : 154
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam