পোষ্ট কৰা হৈছে:
05 MAR 2023 9:44AM by PIB Guwahati
ভাৰত চৰকাৰে নেনো ইউৰিয়াৰ পিছত এতিয়া নেনো ডিএপিকো অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই সিদ্ধান্ত আমাৰ কৃষক ভাই-ভনীসকলৰ জীৱন সহজ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"আমাৰ কৃষক ভাই-ভনীসকলৰ জীৱন সহজ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।"
************
DS /ST/KG