প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী বিজু পাটনায়কৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 05 MAR 2023 9:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী বিজু পাটনায়কৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“তেওঁৰ জন্ম বাৰ্ষিকীত মই এজন শক্তিশালী নেতা আৰু প্ৰতিষ্ঠান নিৰ্মাতা বিজু বাবুক শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ আছিল এক গতিশীল আৰু বহুমুখী ব্যক্তিত্ব, যিয়ে ওড়িশাৰ অগ্ৰগতিৰ দিশত অতুলনীয় অৱদান আগবঢ়াইছে। জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়াত তেওঁৰ অনবদ্য ভূমিকা আছিল।”

******

DS/ST/MS


(ৰিলিজ আই ডি : 1904467) অতিথি কক্ষ : 148