প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

খিৰকীয়াৰ পৰা জটাহা বজাৰলৈ ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণে কুছিনগৰৰ উন্নয়নত অধিক গতি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 27 FEB 2023 1:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ প্ৰদেশৰ কুছিনগৰ লোকসভা সমষ্টিৰ খিৰকীয়াৰ পৰা জটাহা বজাৰলৈ ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণে কুশিনগৰৰ উন্নয়নত অধিক গতি প্ৰদান কৰিব।

কুশিনগৰৰ সাংসদ শ্ৰী বিজয় কুমাৰ ডুবেৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“ইয়াৰ দ্বাৰা কুশিনগৰৰ উন্নয়ন আৰু অধিক শক্তিশালী হ’ব।”

*****

DS/ST/MS


(ৰিলিজ আই ডি : 1903269) অতিথি কক্ষ : 133