প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

Posted On: 28 FEB 2023 10:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান আৰু এজন উৎকৃষ্ট প্ৰশাসক হিচাপে তেওঁক স্মৰণ কৰে।

এক ‘টুইট’যোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান আৰু এজন উৎকৃষ্ট প্ৰশাসক হিচাপে তেওঁক স্মৰণ কৰা হ’ব। জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত ৰাষ্ট্ৰৰ পৰিচালনাত তেওঁ আগবঢ়োৱা ভূমিকাও অনুকৰণীয় আছিল।"

*****

DS/ST/KB



(Release ID: 1903106) Visitor Counter : 79