প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিমান খণ্ডই মানুহক ওচৰ চপাই আনিছে আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাইছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 22 FEB 2023 12:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত বিমান বন্দৰৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰশংসা কৰে, কিয়নো ঘৰুৱা বিমান যাত্ৰীৰ চলাচলৰ সংখ্যাই ৪.৪৫ লাখৰ ঘৰ স্পৰ্শ কৰিছে। যি হৈছে কোভিড কালৰ পাছত সৰ্বাধিক সংখ্যা।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"অধিক বিমান বন্দৰ আৰু উন্নত সংযোগ... বিমান পৰিবহন খণ্ডই মানুহক ওচৰ চপাই আনিছে আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাইছে।"

*************************

DS/TS /KG


(रिलीज़ आईडी: 1901660) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam