প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে দুসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰ হৃদযন্ত্ৰ সংৰোপণ কৰাৰ বাবে আৰ্মি ইনষ্টিটিউট অৱ কাৰ্ডিঅ থোৰাচিক চাইন্সেছৰ (আইচিটিএছ, পুনে) চিকিৎসকসকলক প্ৰশংসা কৰে

प्रविष्टि तिथि: 15 FEB 2023 1:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰ হৃদযন্ত্ৰ সংৰোপণ কৰাৰ বাবে আৰ্মি ইনষ্টিটিউট অৱ কাৰ্ডিঅ' থোৰাচিক চাইন্সেছৰ (আইচিটিএছ, পুনে) চিকিৎসকসকলক প্ৰশংসা কৰে।

ভাৰতীয় সেনাৰ ছাউডাৰ্ণ কমাণ্ডৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়:

"প্ৰশংসনীয় প্ৰচেষ্টা। ইয়াত জড়িত সকলোৱেই প্ৰশংসাৰ পাত্ৰ।"

***

DS/ST


(रिलीज़ आईडी: 1900890) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam