প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমি লাডাখৰ জনসাধাৰণৰ জীৱন সহজসাধ্য কৰি তুলিবলৈ প্ৰচেষ্টাৰ কোনোধৰণৰ ক্ৰুটি নকৰোঁঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 19 FEB 2023 10:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ জনসাধাৰণৰ জীৱন সহজসাধ্য কৰি তুলিবলৈ লোৱা অংগীকাৰৰ কথা দোহাৰে। তেওঁ লাডাখ লোকসভাৰ সাংসদ জাময়াং চেৰিং নামগিয়ালৰ এটা টুইটৰ সঁহাৰি দিছিল য'ত সাংসদগৰাকীয়ে লাডাখক সকলো বতৰৰ অনুকূল যাতায়াত ব্যৱস্থা প্ৰদান কৰাৰ বাবে ৪.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ শিনকুন লা নিৰ্মাণৰ বাবে ১৬৮১.৫১ কোটি টকাৰ অনুমোদন দিয়াত লাডাখৰ জনসাধাৰণ সুখী হোৱাৰ বাৰ্তা দাঙি ধৰিছিল।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

লাডাখৰ জনসাধাৰণৰ জীৱন সহজসাধ্য কৰি তুলিবলৈ আমি কোনোধৰণৰ চেষ্টাৰ ক্ৰুটি কৰা নাই।

***

DS/ST /KG


(रिलीज़ आईडी: 1900858) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam