প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিদ্যুস্পৃষ্ট হাতীৰ জীৱন ৰক্ষা কৰাৰ বাবে বান্দীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্মচাৰীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
Posted On:
18 FEB 2023 9:26AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্যুস্পৃষ্ট হাতীৰ জীৱন ৰক্ষা কৰাৰ বাবে বান্দীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্মচাৰীক প্ৰশংসা কৰি কয় যে আমাৰ মানুহৰ মাজত এনেধৰণৰ সহানুভূতি প্ৰশংসনীয়৷
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন; তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“এয়া দেখি সুখী হৈছো৷
বান্দীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্মচাৰীসকলৰ শলাগ লৈছো৷ আমাৰ মানুহৰ মাজত এনেধৰণৰ সহানুভূতি প্ৰশংসনীয়৷”
***
DS/SH/DB
(Release ID: 1900626)
Visitor Counter : 110
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam