প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী অন্নক সকলোৰে জীৱনৰ এক অংশ কৰি তুলিবলৈ আহ্বান জনায়

পোষ্ট কৰা হৈছে: 15 FEB 2023 1:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জিৰোধাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিথিন কামাথৰ এটা টুইটৰ সঁহাৰি ব্যক্ত কৰিছে এইদৰে য'ত নিথিন কামাথে জনাইছে যে তেওঁ তেওঁৰ খাদ্যত বাজৰা সংযোজন কৰিছে।

নিথিন কামাথৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;

"এইটো পঢ়িবলৈ পাই ভাল লাগিছে! আহক আমি সকলোৱে শ্ৰী অন্নক আমাৰ জীৱনৰ এক অংশ কৰি লওঁ।"

 

***

DS/ST/KG


(ৰিলিজ আই ডি : 1900132) অতিথি কক্ষ : 146