প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নিকোছ ক্রিষ্টোডুলিডছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
13 FEB 2023 10:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নিকোছ ক্রিষ্টোডুলিডছক অভিনন্দন জ্ঞাপন কৰিছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নিকোছ @Christodulidesক অভিনন্দন জনাইছো৷ ভাৰত-চাইপ্ৰাছৰ সম্পৰ্ক বৃদ্ধিৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহী৷”
***
DS/ST/DB
(ৰিলিজ আই ডি : 1900124)
অতিথি কক্ষ : 144
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam