প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মিলেট শস্যৰ ১৫০ৰো অধিক প্ৰকাৰৰ বীজ সংৰক্ষণ কৰাৰ লহৰী বাইৰ প্ৰয়াসৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 09 FEB 2023 9:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ডিণ্ডোৰীৰ ২৭ বছৰীয়া জনজাতীয় মহিলা লহৰী বাইৰ মিলেট শস্যৰ ব্ৰেণ্ড এম্বেছেডৰ হোৱাৰ প্ৰশংসা কৰিছে। তেওঁ মিলেট শস্যৰ ১৫০বিধৰো অধিক বীজ সংৰক্ষিত কৰিছে।

ডিডি নিউজৰ এটা টুইটৰ প্ৰত্যুত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"লহৰী বাইক লৈ গৰ্বিত, যি শ্ৰী অন্নৰ প্ৰতি উল্লেখযোগ্য উৎসাহ দেখুৱাইছে। তেওঁৰ প্ৰয়াসে আন বহু লোকক অনুপ্ৰাণিত কৰিব।"

***

DS/ST


(रिलीज़ आईडी: 1898765) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , Malayalam , Odia , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Telugu