প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু-কাশ্মীৰত অনুষ্ঠিত তৃতীয় খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 FEB 2023 9:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত অনুষ্ঠিত তৃতীয় খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে।

জন্মু-কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেলৰ কাৰ্যালয়ৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে এইদৰে;

"তৃতীয় খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জনাইছোঁ। গুলমাৰ্গৰ মনোৰম পৰিৱেশত খেলসমূহ অনুষ্ঠিত হৈছে। ই জম্মু-কাশ্মীৰৰ ক্ৰীড়া সংস্কৃতিকো উৎসাহিত কৰিব।"

 

***

DS/ST/KG



(Release ID: 1898752) Visitor Counter : 116