তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ডিডি নেচনেলত বিঞ্জ ৱাচ্চ মোডত সম্প্ৰচাৰিত হ'ব স্বৰাজ ধাৰাবাহিক

Posted On: 08 FEB 2023 3:09PM by PIB Guwahati

ডিডি নেচনেলত ১১ ফেব্ৰুৱাৰী ২০২৩ তাৰিখৰ পৰা শনিবাৰে আৰু দেওবাৰে দুপৰীয়া ১ বজাৰ পৰা বিঞ্জ ৱাচ্চ মোডত 'স্বৰাজ' ধাৰাবাহিক সম্প্ৰচাৰ কৰা হ’ব।  

সম্প্ৰচাৰণৰ অনুসূচী নিম্নলিখিত ধৰণৰ:

খণ্ড নং

প্ৰধান চৰিত্ৰ/ঘটনা/স্থান

সময়কাল

 

সম্প্ৰচাৰৰ তাৰিখ

১ৰ পৰা ৩লৈ

 

  • ভাস্কো ডা গামা
  • বিজয় নগৰ
  • ৰাণী আব্বাক্কা

 

 

  • ১৪৯৮ – ২৪ডিচেম্বৰ১৫২৪
  • ১৩৩৬ – ১৬৪৬
  • ১৫২৫ – ১৫৭০

 

১১.০২.২০২৩

৪ৰ পৰা ৬লৈ

 

  • শিৱাপ্পা নায়ক
  • শিৱাজী
  • কানহাজী আংৰে

 

  • ১৬৪৫ – ১৬৬০
  • ১৬৭৪ – ৩এপ্ৰিল১৬৮০
  • ১৬৮৯–১৭২৯

 

১২.০২.২০২৩

৭ৰ পৰা ৯লৈ

 

  • বাজি ৰাও
  • চিমাজী আপ্পা
  • ইআইচি – ফৰাচী
  • ১৭ এপ্ৰিল১৭২০ – ২৮ এপ্ৰিল ১৭৪০
  • ১৭০৭ – ১৭৪০
  • ১৬৬৪–১৭৯৪

 

১৮.০২.২০২৩

১০ৰ পৰা ১২লৈ

  • ইআইচি – ব্ৰিটিছ
  • মাৰ্তণ্ড বাৰ্মা
  • পলাচীৰ যুদ্ধ

 

  • ১৬০০ – ১ জুন ১৮৭৪
  • ১৭০৬ – ৭ জুলাই ১৭৫৮
  • ২৩ জুন ১৭৫৭

 

১৯.০২.২০২৩

১৩ৰ পৰা ১৫লৈ

 

  • পুলি থেৱৰ
  • ৰাণী বেলু নাচিয়াৰ
  • বীৰাপাণ্ডিয়া কাট্টাবোমন
  • ১৭১৫–১৭৬৭
  • ৩জানুৱাৰী১৭৩০ – ২৫ ডিচেম্বৰ১৭১৬
  • ১৭৬০ – ১৬ ডিচেম্বৰ১৭৯৯

 

২৫.০২.২০২৩

১৬ৰ পৰা ১৮লৈ

  • পাজাহাছী ৰাজা
  • সন্যাসী আন্দোলন
  • বক্সী জগবন্ধু পাইকা নেতৃত্ব
  • ১৭৭৪ – ৩০ নৱেম্বৰ ১৮০৫
  • ১৭৭০
  • মে’১৮১৭ – ডিচেম্বৰ

১৮১৮

 

২৬.০২.২০২৩

১৯ৰ পৰা ২১লৈ

 

  • ৱাজিৰ আলি
  • বেলু থাম্পি ডালভা
  • তিলকা মাঞ্জী
  • ১৯ এপ্ৰিল ১৭৮৯ – ১৫ মে’ ১৮১৭
  • ১৮০২ – ১৭ জুলাই১৮৩৫
  • ২৯ ডিচেম্বৰ১৮৫৬ – ১৩ আগষ্ট ১৮৯১

 

০৪.০৩.২০২৩

২২ৰ পৰা ২৪লৈ

 

  • হাথৰাছ বিদ্ৰোহ (ৰাজা দয়াৰাম)
  • উ তিৰৎ সিং
  • সিধো কানো মূৰ্মু

 

  • ১৮১৮
  • ১৮০২-১৭জুলাই১৮৩৫
  • ১৮৫৫-৫৬

 

০৫.০৩.২০২৩

 

'স্বৰাজ - ভাৰত কে স্বতন্ত্ৰতা সংগ্ৰাম কি সমগ্ৰ গাঁথা' হৈছে ১৫শতিকাত ভাস্কো-ডা-গামাই ভাৰতত অৱতৰণ কৰাৰ সময়ৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাসৰ৭৫ টাখণ্ডৰ এক মেগা শ্ব'ধাৰাবাহিকখনে স্বাধীনতা সংগ্ৰামৰ স্বল্পখ্যাত নায়কসকলৰ জীৱন আৰু ত্যাগৰ সৈতে ভাৰতীয় ইতিহাসৰ কেইবাটাও দিশ প্ৰদৰ্শন কৰিছে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৫ আগষ্ট, ২০২২ তাৰিখে স্বৰাজ ধাৰাবাহিক মুকলি কৰে। ২০২২ চনৰ ১৪ আগষ্টত ডিডি নেচনেলতহিন্দী ভাষাতধাৰাবাহিকখনৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত দূৰদৰ্শনৰ আঞ্চলিক নেটৱৰ্কত নটা আঞ্চলিক ভাষাত (তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী, গুজৰাটী, বঙালী, ওড়িয়া আৰু অসমীয়া) আৰম্ভ কৰা হৈছিল। হিন্দীত স্বৰাজৰ প্ৰতিটো নতুন খণ্ড দেওবাৰে ৰাতিপুৱা ৯বজাত আৰু নিশা৯বজাত ডিডি নেচনেলত সম্প্ৰচাৰিত হয় আৰু মঙলবাৰে, বুধবাৰে আৰু বৃহস্পতিবাৰে দুপৰীয়া ১বজাত তথা শনিবাৰে নিশা ৯বজাত পুনৰ সম্প্ৰচাৰ কৰা হয়। অডিঅ' সংস্কৰণটো শনিবাৰে পুৱা ১১ বজাৰ পৰা অল ইণ্ডিয়া ৰেডিঅ' নেটৱৰ্কত সম্প্ৰচাৰ কৰা হয়।

***



(Release ID: 1898739) Visitor Counter : 93