প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লপলি মেল’ৰ ‘সংসদ আৰু পিএমঅ’ত এদিন’ শীৰ্ষক প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 FEB 2023 11:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচলপ্ৰদেশৰ লপলি মেল’ৰ ‘সংসদ আৰু পিএমঅ’ত এদিন’ শীৰ্ষক এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে৷

শ্ৰী মোদীয়ে লগতে এনে উদীয়মান তৰুণ-তৰুণীৰ সৈতে তেওঁক সাক্ষাৎ হোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“আপোনালোকে অৰুণাচল প্ৰদেশৰ লপলি মেল’ৰ নিজা একাউণ্টত এই প্ৰৱন্ধ পঢ়াৰ আনন্দ ল’ব পাৰে৷ অধ্যক্ষ ওম বিৰলা জীক এই প্ৰচেষ্টাৰ নেতৃত্ব বহন কৰাৰ বাবে প্ৰশংসা কৰিছো, যিটোৱে মোক উদীয়মান তৰুণ-তৰুণীৰ সৈতে তেওঁক সাক্ষাৎ হোৱাৰ সুযোগ প্ৰদান কৰিলে৷”

***

DS/SH/DB



(Release ID: 1897673) Visitor Counter : 120