পোষ্ট কৰা হৈছে:
09 FEB 2023 11:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচলপ্ৰদেশৰ লপলি মেল’ৰ ‘সংসদ আৰু পিএমঅ’ত এদিন’ শীৰ্ষক এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে৷
শ্ৰী মোদীয়ে লগতে এনে উদীয়মান তৰুণ-তৰুণীৰ সৈতে তেওঁক সাক্ষাৎ হোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“আপোনালোকে অৰুণাচল প্ৰদেশৰ লপলি মেল’ৰ নিজা একাউণ্টত এই প্ৰৱন্ধ পঢ়াৰ আনন্দ ল’ব পাৰে৷ অধ্যক্ষ ওম বিৰলা জীক এই প্ৰচেষ্টাৰ নেতৃত্ব বহন কৰাৰ বাবে প্ৰশংসা কৰিছো, যিটোৱে মোক উদীয়মান তৰুণ-তৰুণীৰ সৈতে তেওঁক সাক্ষাৎ হোৱাৰ সুযোগ প্ৰদান কৰিলে৷”
***
DS/SH/DB