প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তৃতীয় গ্ৰেমী পুৰষ্কাৰ লাভ কৰাৰ বাবে ৰিকী কেজক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 06 FEB 2023 9:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় গ্ৰেমী পুৰষ্কাৰ লাভ কৰাৰ বাবে সংগীতকাৰ ৰিকী কেজক অভিনন্দন জ্ঞাপন কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“আন এক কৃতিত্বৰ বাবে @rickykejক অভিনন্দন জনাইছো৷ আপোনাৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।”

 

***

DS/DB


(ৰিলিজ আই ডি : 1897265) অতিথি কক্ষ : 184