প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অৰ্থনৈতিক সমীক্ষাই ভাৰতৰ বিকাশৰ পথৰ ব্যাপক বিশ্লেষণ উপস্থাপন কৰিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 31 JAN 2023 6:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক সমীক্ষা ২০২২-২৩ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"অৰ্থনৈতিক সমীক্ষাই ভাৰতৰ বিকাশৰ পথৰ এক ব্যাপক বিশ্লেষণ প্ৰস্তুত কৰিছে য'ত আমাৰ ৰাষ্ট্ৰৰ প্ৰতি বিশ্বজনীন আশাবাদ, আন্তঃগাঁথনিৰ ওপৰত মনোযোগ, কৃষি তথা উদ্যোগৰ ক্ষেত্ৰসমূহত বিকাশ আৰু ভৱিষ্যোন্মুখী ক্ষেত্ৰসমূহত জোৰ দিয়া অন্তৰ্ভুক্ত আছে।"

https://www.indiabudget.gov.in/economicsurvey/index.php

 

***

DS/TS


(रिलीज़ आईडी: 1895273) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam