প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইচিচি ১৯ বছৰ অনূৰ্ধ্ব টি২০ বিশ্বকাপত জয়ী হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 29 JAN 2023 8:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইচিচি ১৯ বছৰ অনূৰ্ধ্ব টি২০ বিশ্বকাপত জয়ী হোৱাৰ বাবে ভাৰতীয় মহিলাৰ ক্ৰিকেট দলক অভিনন্দন জনায়৷

বিচিচিআই উইমেনৰ টুইটাৰৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইটত লিখে;

“আইচিচি ১৯ বছৰ অনূৰ্ধ্ব টি২০ বিশ্বকাপত জয়ৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছো। তেওঁলোকে উৎকৃষ্ট ক্ৰিকেট খেলিছে আৰু তেওঁলোকৰ এই সফলতাই ভৱিষ্যতৰ বহু ক্ৰিকেটাৰক অনুপ্ৰাণিত কৰিব। দলটোক তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷”

***

DS/TS/DB



(Release ID: 1894672) Visitor Counter : 97