প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ ৰ কাৰ্য্যসূচী সম্বোধন কৰিব

प्रविष्टि तिथि: 27 JAN 2023 5:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ ৰ কাৰ্য্যসূচী সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

ভগৱান শ্ৰী দেৱনাৰায়ণ জী ৰাজস্থানৰ জনসাধাৰণৰ পূজনীয় আৰু সমগ্ৰ দেশতে তেওঁৰ অনুগামীসকল আছে। বিশেষকৈ জনসেৱাৰ ক্ষেত্ৰত কৰ্মৰাজিৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।

***

DS/SH/AK/SB


(रिलीज़ आईडी: 1894429) आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam