প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহান লোক আৰু মনোমোহা স্থানৰ ভূমি উত্তৰ-পূবঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
21 JAN 2023 7:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উন্নয়নৰ ক্ৰমবৰ্ধমান গতিয়ে উত্তৰ-পূবৰ জনসাধাৰণক বহুলাংশে লাভান্বিত কৰিছে।
এগৰাকী নাগৰিকৰ টুইটলৈ সঁহাৰি জনাই, শ্ৰী মোদীয়ে এইদৰে টুইট কৰেঃ
"মহান লোক আৰু মনোমোহা স্থানৰ ভূমি উত্তৰ-পূব। উন্নয়নৰ ক্ৰমবৰ্ধমান গতিয়ে ইয়াৰ জনসাধাৰণক বহুলাংশে লাভান্বিত কৰিছে।"
***
DS/AK/SB
(रिलीज़ आईडी: 1894427)
आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam