প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে দেশবাসীক প্রধানমন্ত্রীৰ শুভেচ্ছা
                    
                    
                        
                    
                
                
                    Posted On:
                25 JAN 2023 11:49AM by PIB Guwahati
                
                
                
                
                
                
                ধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে;
“ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা। এইবাৰৰ থিম বা মূল ভাবনা – ‘ভোট দিয়াৰ দৰে গুৰুত্বপূৰ্ণ আন একো নাই, মই অৱশ্যেই ভোট দিওঁ’ – এই বার্তাৰ পৰা অনুপ্ৰেৰণা লৈ সকলোকে নির্বাচনত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ আৰু আমাৰ গণতন্ত্রক অধিক শক্তিশালী কৰিবলৈ একেলগে কাম কৰাৰ আহ্বান জনাওঁ। মই এই ক্ষেত্রত ভাৰতৰ নির্বাচন আয়োগৰ প্রচেষ্টাৰো প্রশংসা কৰোঁ”।
 
***
DS/SH
                
                
                
                
                
                (Release ID: 1893878)
                Visitor Counter : 323
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam