প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘এগজাম ৱাৰিয়ৰ্ছ’ এতিয়া ১৩টা ভাষাত উপলব্ধ

प्रविष्टि तिथि: 21 JAN 2023 7:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা সম্পৰ্কীয় গ্ৰন্থ "এগজাম ৱাৰিয়ৰ্ছ' এতিয়া ১৩টা ভাষাত উপলব্ধ।

প্ৰধানমন্ত্ৰীয়েআজিএইদৰে টুইট কৰে,

"#ExamWarriorsনামৰ কিতাপখন এতিয়া ১৩টা ভাষাত উপলব্ধ হোৱাত আনন্দিত হৈছো।"

"সকলোকে শুভেচ্ছা জনালোঁ"

***

DS/AK/MS


(रिलीज़ आईडी: 1893547) आगंतुक पटल : 208
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , हिन्दी , Odia , Tamil , Telugu , Urdu , English , Bengali , Manipuri , Punjabi , Gujarati , Kannada , Malayalam