প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰাক্ৰম দিৱসত নেতাজী সুভাষ চন্দ্ৰ বসুক শ্ৰদ্ধাঞ্জলি জ্ঞাপনপ্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 JAN 2023 9:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুক পৰাক্ৰম দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"আজি পৰাক্ৰম দিৱসত মই নেতাজী সুভাষ চন্দ্ৰ বসুক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু ভাৰতৰ ইতিহাসলৈ তেওঁৰ অতুলনীয় অৱদানৰ কথা স্মৰণ কৰিছো। ঔপনিবেশিক শাসনৰ প্ৰতি তেওঁৰ তীব্ৰ প্ৰতিৰোধৰ বাবে তেওঁক স্মৰণ কৰা হ'ব। তেওঁৰ ধাৰণাসমূহৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ আমি ভাৰতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশত কাম কৰি আছো।"
***
DS/SH
(रिलीज़ आईडी: 1893535)
आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam