প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

থিৰুভাল্লুভাৰ দিৱসত প্ৰধানমন্ত্ৰীয়ে থিৰুভাল্লুভাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 16 JAN 2023 10:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে থিৰুভাল্লুভাৰ দিৱসত থিৰুভাল্লুভাৰক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ উদাৰ চিন্তাধাৰাক স্মৰণ কৰে। যুৱক-যুৱতীসকলক কুৰাল পঢ়িবলৈও আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;

"থিৰুভাল্লুভাৰ দিৱসত মই জ্ঞানী থিৰুভাল্লুভাৰক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু তেওঁৰ উদাৰ চিন্তাধাৰাক মনত পেলাইছো। বৈচিত্ৰময় প্ৰকৃতিৰ এইবোৰ সকলো শ্ৰেণীৰ লোকৰ বাবে এক বৃহৎ প্ৰেৰণাদায়ক। মই যুৱক-যুৱতীসকলকো কুৰাল পঢ়িবলৈ আহ্বান জনাম।"

***

DS/ST/MS



(Release ID: 1892165) Visitor Counter : 121