প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাইক্ৰছফ্ট কৰ্পৰেশ্যনৰ অধ্যক্ষ আৰু চিইঅ’ সত্য নাডেলাৰে মিলিত প্ৰধানমন্ত্ৰী

Posted On: 05 JAN 2023 3:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইক্ৰছফ্ট কৰ্পৰেশ্যনৰ অধ্যক্ষ আৰু চিইঅ’ সত্য নাডেলাৰে মিলিত হৈ কয় যে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে এটি টেক-নেতৃত্বাধীন বিকাশৰ যুগৰ সূচনা কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

‘’আপোনাক @satyanadella লগ পাই আনন্দিত হৈছো। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে এটি টেক-নেতৃত্বাধীন বিকাশৰ যুগৰ সূচনা কৰিছে। গ্ৰহটোক ৰূপান্তৰিতকৰণৰ সম্ভাৱনাসম্পন্ন চিন্তাৰে আমাক যুৱক-যুৱতীসকল পৰিপূৰ্ণ।”

***

DS/ST/SB



(Release ID: 1891395) Visitor Counter : 92