প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক’লা আজাৰৰ ঘটনা হ্ৰাসত প্ৰধানমন্ত্ৰীৰ সন্তোষ


ক’লা আজাৰৰ ঘটনা হ্ৰাসত প্ৰধানমন্ত্ৰীৰ সন্তোষ

प्रविष्टि तिथि: 06 JAN 2023 5:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লা আজাৰৰ ঘটনা হ্ৰাসত সন্তোষ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ক’লা আজাৰ সন্দৰ্ভত মন কী বাতৰ উদ্ধৃতিসমূহো শ্বেয়াৰ কৰে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“উৎসাহজনক ট্ৰেণ্ড...আহক আমি এই ক্ষেত্ৰত আগবাঢ়ি যাওঁ আৰু ক’লা আজাৰক নিৰ্মূল কৰো।

লগতে, যোৱা মাহৰ #MannKiBaat ত এই সন্দৰ্ভত মোৰ বক্তব্য শ্বেয়াৰ কৰিছো।“

 

***

DS/ST/SB


(रिलीज़ आईडी: 1891393) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam