প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
12 JAN 2023 8:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বামী বিবেকানন্দৰ জীৱনে সদায়েই দেশপ্ৰেম, আধ্যাত্মিকতা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰেৰণা যোগাই আহিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনালো। তেওঁৰ জীৱনে সদায়েই দেশপ্ৰেম, আধ্যাত্মিকতা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰেৰণা যোগাই আহিছে। তেওঁৰ মহান চিন্তা আৰু আদৰ্শই দেশবাসীক মাৰ্গদৰ্শন কৰি থাকিব।"
***
DS/ST/SB
(ৰিলিজ আই ডি : 1891391)
অতিথি কক্ষ : 160
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam