প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আশীষ চন্দোৰকাৰৰপৰা "ব্ৰেভিং এ ভাইৰেল ষ্ট্ৰ’মঃ ইণ্ডিয়াজ ক’ভিড-১৯ ভেকচিন ষ্ট’ৰী" শীৰ্ষক গ্ৰন্থৰ কপি লাভ প্ৰধানমন্ত্ৰীৰ
Posted On:
11 JAN 2023 6:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশীষ চন্দোৰকাৰৰপৰা "ব্ৰেভিং এ ভাইৰেল ষ্ট্ৰ’মঃ ইণ্ডিয়াজ ক’ভিড-১৯ ভেকচিন ষ্ট’ৰী" শীৰ্ষক এখনি গ্ৰন্থ লাভ কৰে। ইয়াত তেওঁ ভাৰতৰ টিকাকৰণৰ অগ্ৰগতিৰ সবিশেষ লিপিবদ্ধ কৰিছে।
আশীষ চন্দোৰকাৰৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আপোনাৰ কিতাপৰ এটা কপি লাভ কৰি আনন্দিত হৈছো য'ত আপুনি ভাৰতৰ টিকাকৰণৰ অগ্ৰগতিৰ সবিশেষ লিপিবদ্ধ কৰিছে।"
***
DS/SH/SB
(Release ID: 1890670)
Visitor Counter : 114
Read this release in:
Malayalam
,
Manipuri
,
Odia
,
English
,
Urdu
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada