প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ লাল কিলাত পোহৰ আৰু শব্দ প্ৰদৰ্শনীৰ প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 11 JAN 2023 6:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লাল কিলাত অনুষ্ঠিত পোহৰ আৰু শব্দ প্ৰদৰ্শনীৰ কিছুমান দৃশ্য শ্বেয়াৰ কৰিছে।

সংস্কৃতি আৰু পৰ্যটন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষান ৰেড্ডীৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"লাল কিলা ভ্ৰমণ কৰিবলৈ এটা সংযোজিত কাৰণ! আমাৰ ইতিহাস আৰু ঐতিহ্যক স্মৰণ কৰিবলৈ এক তথ্যসমৃদ্ধ আৰু আধুনিক উপায়।"

***

 

DS/TS


(ৰিলিজ আই ডি : 1890665) অতিথি কক্ষ : 161