বিত্ত মন্ত্ৰালয়

২০২২ৰ ডিচেম্বৰ মাহত দেশত সংগৃহীত মুঠ জিএছটিৰ পৰিমাণ ১,৪৯,৫০৭ কোটি টাকা ২০২১ৰ ডিচেম্বৰৰ তুলনাত বৃদ্ধিৰ হাৰ ১৫শতাংশ


একেৰাহে ১০মাহ ধৰি মাহিলী জিএছটি সংগ্ৰহৰ পৰিমাণ ১.৪লাখ কোটিতকৈ অধিক হৈ আছে

Posted On: 01 JAN 2023 3:48PM by PIB Guwahati

২০২২ চনৰ ডিচেম্বৰ মাহত দেশত মুঠ জিএছটি সংগ্ৰহৰ পৰিমাণ আছিল ১,৪৯,৫০৭ কোটি টকা। ইয়াৰে চিজিএছটিৰ পৰা ২৬,৭১১ কোটি আৰু এছজিএছটিৰ পৰা ৩৩,৩৫৭ কোটি সংগ্ৰহ কৰা হৈছে। উপকৰ হিচাপে সংগ্ৰহ কৰা হৈছে ১১,০০৫ কোটি টকা। ২০২১ চনৰ ডিচেম্বৰৰ তুলনাত যোৱা বছৰৰ ডিচেম্বৰ মাহত জিএছটি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি পাইছে।

তলৰ তালিকাত জিএছটি সংগ্ৰহৰ গতি সম্পৰ্কে আভাস দাঙি ধৰা হৈছে–

 

ৰাজ্যভিত্তিক জিএছটি সংগ্ৰহৰ নিৰ্দিষ্ট তথ্য আৰু পৰিসংখ্যা ২০২২ৰ ডিচেম্বৰলৈকে(কোটি টকাৰ হিচাপত)[1]

 

ক্ৰ.নং

ৰাজ্য

ডিচেম্বৰ ২০২১

ডিচেম্বৰ ২০২২

বৃদ্ধিৰ হাৰ

জম্মু আৰু কাশ্মীৰ

৩২০

৪১০

২৮%

হিমাচল প্রদেশ

৬৬২

৭০৮

%

পাঞ্জাৱ

১,৫৭৩

১,৭৩৪

১০%

চণ্ডীগড়

১৬৪

২১৮

৩৩%

উত্তৰাখণ্ড

১,০৭৭

১,২৫৩

১৬%

হাৰিয়ানা

৫,৮৭৩

৬,৬৭৮

১৪%

দিল্লী

৩,৭৫৪

৪,৪০১

১৭%

ৰাজস্থান

৩,০৫৮

৩,৭৮৯

২৪%

উত্তৰপ্রদেশ

৬,০২৯

৭,১৭৮

১৯%

১০

বিহাৰ

৯৬৩

১,৩০৯

৩৬%

১১

ছিকিম

২৪৯

২৯০

১৭%

১২

অৰুণাচল প্রদেশ

৫৩

৬৭

২৭%

১৩

নাগালেণ্ড

৩৪

৪৪

৩০%

১৪

মণিপুৰ

৪৮

৪৬

-৫%

১৫

মিজোৰাম

২০

২৩

১৬%

১৬

ত্রিপুৰা

৬৮

৭৮

১৫%

১৭

মেঘালয়

১৪৯

১৭১

১৫%

১৮

অসম

১,০১৫

১,১৫০

১৩%

১৯

পশ্চিমবংগ

৩,৭০৭

৪,৫৮৩

২৪%

২০

ঝাৰখণ্ড

২,২০৬

২,৫৩৬

১৫%

২১

ওড়িশা

৪,০৮০

৩,৮৫৪

-৬%

২২

ছত্তীশগড়

২,৫৮২

২,৫৮৫

%

২৩

মধ্যপ্রদেশ

২,৫৩৩

৩,০৭৯

২২%

২৪

গুজৰাট

৭,৩৩৬

৯,২৩৮

২৬%

২৫

দমন আৰু দিউ

-

-৮৬%

২৬

দাদৰা আৰু নগৰ হাভেলি

২৩২

৩১৭

৩৭%

২৭

মহাৰাষ্ট্র

১৯,৫৯২

২৩,৫৯৮

২০%

২৯

কর্ণাটক

৮,৩৩৫

১০,০৬১

২১%

৩০

গোৱা

৫৯২

৪৬০

-২২%

৩১

লাক্ষাদ্বীপ

-৩৬%

৩২

কেৰালা

১,৮৯৫

২,১৮৫

১৫%

৩৩

তামিলনাডু

৬,৬৩৫

৮,৩২৪

২৫%

৩৪

পুডুচেৰী

১৪৭

১৯২

৩০%

৩৫

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

২৬

২১

-১৯%

৩৬

তেলেংগানা

৩,৭৬০

৪,১৭৮

১১%

৩৭

অন্ধ্রপ্রদেশ

২,৫৩২

৩,১৮২

২৬%

৩৮

লাডাখ

১৫

২৬

৬৮%

৯৭

অন্যান্য অঞ্চল

১৪০

২৪৯

৭৮%

৯৯

কেন্দ্ৰীয় শাসিত অঞ্চল

১৮৬

১৭৯

-৪%

 

মুঠ

৯১,৬৩৯

,০৮,৩৯৪

১৮%

 

***

RM/PPG/KMN/DB



(Release ID: 1888917) Visitor Counter : 138