প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰ বিধানসভাৰ বিধায়ক শ্ৰী লক্ষ্মণ জগতাপৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
03 JAN 2023 3:18PM by PIB Guwahati
মহাৰাষ্ট্ৰ বিধানসভাৰ বিধায়ক শ্ৰী লক্ষ্মণ জগতাপৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
“মহাৰাষ্ট্ৰ বিধানসভাৰ বিধায়ক লক্ষ্মণ জগতাপ জীৰ মৃত্যুয়ে ব্যথিত কৰিছে। জনসাধাৰণৰ কল্যাণৰ লগতে পুনে আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহৰ বিকাশৰ বাবে তেওঁ উল্লেখনীয় অৱদান আগবঢ়াইছিল। তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ওঁম শান্তি”।
— Narendra Modi (@narendramodi) January 3, 2023
महाराष्ट्र विधानसभेतील आमदार लक्ष्मण जगताप जी यांच्या निधनाने दुःख झाले .जनकल्याणासाठी तसेच पुणे आणि परिसराच्या विकासासाठी त्यांनी मोठे योगदान दिले.त्यांचे कुटुंबीय आणि समर्थकांप्रती माझ्या शोक संवेदना. ओम शांती.
— Narendra Modi (@narendramodi) January 3, 2023
***
DS/TS/KB
(रिलीज़ आईडी: 1888502)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam