প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘সদৈৱ অটল’ আৰু সংসদ ভৱনত অটলজীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 25 DEC 2022 7:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সদৈৱ অটল’ আৰু সংসদ ভৱনত অটল বিহাৰী বাজপায়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“আজি পুৱাৰ ভাগত ‘সদৈৱ অটল’ আৰু সংসদ ভৱনত অটলজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো।”
 

***

DS/AK/SB



(Release ID: 1888265) Visitor Counter : 116