প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) পি ভি আয়াৰক সাক্ষাৎপ্ৰধানমন্ত্ৰীৰ

Posted On: 31 DEC 2022 3:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) পি ভি আয়াৰৰ সৈতে হোৱা বৈঠকত আনন্দ প্ৰকাশ কৰিছে। এয়াৰ মাৰ্শ্বেল আয়াৰে তেওঁক এখন কিতাপো উপহাৰ হিচাপে প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আজি এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) পি.ভি. আয়াৰক লগ পাই আনন্দিত হৈছো। জীৱনৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ আগ্ৰহ লক্ষণীয়। তেওঁৰ কিতাপখনৰ এটা প্ৰতিলিপি পাই ভাল লাগিছে। "

 

***

DS/TS



(Release ID: 1888003) Visitor Counter : 106