প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা পুষ্প কমল দাহাল ‘প্ৰচণ্ড’ক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
25 DEC 2022 10:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কমৰেড প্ৰচণ্ডক অভিনন্দন জ্ঞাপন কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কমৰেড প্ৰচণ্ডক অভিনন্দন জনাইছো৷ ভাৰত আৰু নেপালৰ অনন্য সম্পৰ্ক গভীৰ সাংস্কৃতিক সংযোগ আৰু জনতাৰ মাজৰ সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত৷ এই বন্ধুত্ব অধিক সুদৃঢ় কৰাৰ বাবে আপোনাৰ সৈতে একেলগে কাম কৰিবলৈ মই আগ্ৰহী৷”
***
DS/TS/DB
(Release ID: 1886826)
Visitor Counter : 111
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam