প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছিটিভেনি ৰাবুকাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
24 DEC 2022 5:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছিটিভেনী ৰাবুকাক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
"ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ছিটিভেনী ৰাবুকাকঅভিনন্দন জনাইছো। ভাৰত আৰু ফিজিৰ মাজত ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে মই একেলগে কাম কৰিবলৈ আগ্ৰহী।"
***
DS/ST/MS
(रिलीज़ आईडी: 1886655)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam