প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অন্ধ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
17 DEC 2022 7:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে।
ভাৰতীয় ডিফাৰেন্টলি এবল্ড ক্ৰিকেট কাউন্সিলৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“ভাৰত আমাৰ খেলুৱৈসকলক লৈ গৌৰৱান্বিত। অন্ধ টি-২০ বিশ্বকাপ জয়ে আমাক আনন্দিত কৰিছে। আমাৰ দলটোক অভিনন্দন আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।”
***
DS/TS/SB
(Release ID: 1885107)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam