প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে
प्रविष्टि तिथि:
15 DEC 2022 9:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে আৰু ভাৰতবৰ্ষ প্ৰতি তেওঁৰ চিৰসেউজ অৱদানৰ কথা স্মৰণ কৰে।
এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়;
"মই চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছো আৰু ভাৰতৰ প্ৰতি, বিশেষকৈ আমাৰ দেশখনক একত্ৰিত কৰাত আৰু সৰ্ব-দিশৰ বিকাশক গতি দিয়াত তেওঁৰ চিৰসেউজ অৱদানৰ কথা স্মৰণ কৰিছো।"
***
DS/SH
(रिलीज़ आईडी: 1883756)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam