প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্বহীদ দিৱসত অসম আন্দোলনৰ সকলো অংশগ্ৰহণকাৰীৰ বীৰত্বপূৰ্ণ সাহসিকতাক স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 10 DEC 2022 7:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনৰ সকলো অংশগ্ৰহণকাৰীৰ বীৰত্বপূৰ্ণ সাহসিকতাক স্মৰণ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"আমাৰ ইতিহাসত অসম আন্দোলনৰ এক বিশেষ স্থান আছে। আজি শ্বহীদ দিৱসৰ দিনা এই আন্দোলনৰ সকলো অংশগ্ৰহণকাৰীৰ বীৰত্বপূৰ্ণ সাহসিকতাৰ কথা স্মৰণ কৰিছো। অসমৰ অনন্য সংস্কৃতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰো।"

 

***


DS/SH/SB


(रिलीज़ आईडी: 1883330) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam