প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০০১ চনত সংসদভৱন আক্ৰমণকাৰীৰ হাতত নিহত শ্বহীদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Posted On:
13 DEC 2022 1:02PM by PIB Guwahati
২০০১ চনত সংসদভৱন আক্ৰমণকাৰীৰ হাতত নিহত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“২০০১ চনত সংসদভৱন আক্ৰমণকাৰীৰ হাতত নিহত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকৰ সেৱা, বীৰত্ব আৰু ত্যাগৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰো”।
pic.twitter.com/uI5SrtW2xQ
— Narendra Modi (@narendramodi) December 13, 2022
***
DS/SH/KB
(Release ID: 1883292)
Read this release in:
Urdu
,
Kannada
,
Malayalam
,
Tamil
,
Odia
,
English
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu