প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুক শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
11 DEC 2022 4:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুক অভিনন্দন জ্ঞাপন কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুজীলৈ অভিনন্দন। হিমাচল প্ৰদেশৰ অধিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা ৰাজ্যখনে সকলো ধৰণৰ সহযোগিতা লাভ কৰিব বুলি মই আশ্বাস দিছো।"
***
DS/ST/MS
(रिलीज़ आईडी: 1882996)
आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam