প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহাকবি ভাৰতীয়াৰ, সুব্ৰমণিয়া ভাৰতীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছে
পোষ্ট কৰা হৈছে:
11 DEC 2022 10:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকবি ভাৰতীয়াৰ সুব্ৰমণিয়াম ভাৰতীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়;
"মহান সুব্ৰমণিয়াম ভাৰতীৰ জন্ম বাৰ্ষিকীত মই তেওঁক প্ৰণাম জনাইছো। 'মহাকবি ভাৰতীয়' আছিল উল্লেখযোগ্য সাহস আৰু প্ৰখৰ বুদ্ধিমত্তাৰ প্ৰতিমূৰ্তি। ভাৰতৰ উন্নয়ন আৰু প্ৰতিজন ভাৰতীয়ৰ সৱলীকৰণৰ বাবে তেওঁৰ আছিল এক দূৰদৰ্শী দৃষ্টিভংগী। ইয়াক বাস্তৱত পৰিণত কৰাৰ বাবে আমি কাম কৰি আছো।"
***
DS/ST/MS
(ৰিলিজ আই ডি : 1882588)
অতিথি কক্ষ : 159
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Bengali
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada