প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত সশস্ত্ৰ বাহিনীক অভিবাদন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 DEC 2022 5:58PM by PIB Guwahati

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু বলিদানক অভিবাদন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত আমি আমাৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু ত্যাগক অভিবাদন জনাইছোঁ। বহু দশক ধৰি, তেওঁলোকে আমাৰ দেশক সুৰক্ষা দিয়া আৰু এক শক্তিশালী ভাৰতত অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মই আপোনালোক সকলোকে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিত অৱদান আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।"

***

DS/SH/KG


(ৰিলিজ আই ডি : 1882582) অতিথি কক্ষ : 150