প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনায়
प्रविष्टि तिथि:
24 NOV 2022 9:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক অভিনন্দন। মই ভাৰত-মালয়েছিয়া সংবৰ্ধিত ৰণনীতিগত বুজাবুজিক অধিক শক্তিশালী কৰিবলৈ একত্ৰিতভাৱে কাম কৰাৰ প্ৰতি আশাবাদী।"
***
DS/SH
(रिलीज़ आईडी: 1878815)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam