প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বালিত আয়োজিত জি-20 শিখৰ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক

प्रविष्टि तिथि: 16 NOV 2022 1:42PM by PIB Guwahati

বালিত আয়োজিত জি-20 শিখৰ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ইমানুৱেল মেক্ৰণক দুপৰীয়াৰ ভোজনৰ অৱসৰত সাক্ষাৎ কৰে।

দুয়োজন নেতাই প্ৰতিৰক্ষা, অসামৰিক পৰমাণু, বাণিজ্য আৰু বিনিয়োগৰ দৰে বিভিন্ন ক্ষেত্ৰত চলি থকা সহযোগিতাৰ সমীক্ষা কৰে। দুয়োজন নেতাই অৰ্থনৈতিক সম্বন্ধৰ নতুন ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰাকো আদৰণি জনায়।

পাৰস্পৰিক মংগলৰ ক্ষেত্ৰীয় আৰু বিশ্বজনীন বিষয়ৰ ওপৰতো আলোচনা হয়।

**********

DS/AK


(रिलीज़ आईडी: 1876676) आगंतुक पटल : 106
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam