প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মিজোৰামত শিলৰ কোঁৱেৰী খহি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

পিএমএনআৰএফৰ অধীনত পীড়িতসকললৈ এককালীন সাহাৰ্য ঘোষণা

Posted On: 16 NOV 2022 9:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামত শিলৰ কোঁৱেৰী খহি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা পীড়িত লোকসকলৰ প্ৰতি এককালীন সাহাৰ্যও ঘোষণা কৰিছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কয়,

“মিজোৰামত শিলৰ কোঁৱেৰী খহি কৰুণভাৱে প্ৰাণহানি হোৱা লোকসকলৰ আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ এই ঘটনাত প্ৰাণহানি হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ আহত লোকসকলে ৫০,০০০ টকাকৈ লাভ কৰিবঃ প্ৰধানমন্ত্ৰী”

***

DS/SH/DB



(Release ID: 1876675) Visitor Counter : 93