প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰৱত জনসাধাৰণক শুভেচ্ছা জনাইছে

प्रविष्टि तिथि: 08 NOV 2022 9:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

 এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

 "শ্ৰীগুৰু নানক দেৱজীৰ পৰকাশ পূৰৱৰ শুভেচ্ছা থাকিল। তেওঁৰ উদাৰ শিক্ষাই আমাক ন্যায়পৰায়ণ আৰু দয়ালু সমাজ গঢ়াৰ প্ৰচেষ্টাত পথ প্ৰদৰ্শন কৰি যাওক।"

 

***

DS/SH/MS


(रिलीज़ आईडी: 1875452) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam