প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জাম্বে তাছিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 02 NOV 2022 10:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল বিধানসভাৰ সদস্য জাম্বে তাছিৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“জাম্বে তাছি জীৰ অকাল মৃত্যুত শোকাহত হৈছো। তেওঁ সমাজ সেৱাৰ প্ৰতি স্বকীয় আগ্ৰহেৰে আদৰ্শ দেখুৱাই থৈ গৈছে। তেওঁ অৰুণাচল প্ৰদেশৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। মই দুখৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ সমবেদনা জনালো। ওম মণি পদমে হুম। @PemaKhanduBJP”

***

DS/SB


(रिलीज़ आईडी: 1874207) आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam