পোষ্ট কৰা হৈছে:
31 OCT 2022 12:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ৰ বাবে লুইজ ইনাচিঅ’ লুলা দা ছিলভাক অভিনন্দন জনাইছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ৰ বাবে @LulaOficialক অভিনন্দন জনাইছো৷ আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ আৰু প্ৰসাৰ কৰাৰ লগতে বিশ্বজনীন বিষয়ত আমাৰ সহযোগিতাৰ বাবেও মই ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহীঃ প্ৰধানমন্ত্ৰী৷”
***
DS/SH/DB