প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জল জীৱন মিচন ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ বাবে গুজৰাটবাসীৰ উৎসাহৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
26 OCT 2022 7:13PM by PIB Guwahati
গুজৰাটৰ মন্ত্ৰী শ্ৰী ৰুশিকেশ পেটেলে হৰ ঘৰ জলৰ অধীনত ১০০ কাম সম্পূৰ্ণ হোৱা বুলি কৰা এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে গুজৰাটবাসীৰ উৎসাহৰ প্ৰশংসা কৰে৷
গুজৰাটী ভাষাত টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“ગુજરાતના લોકોને ખૂબ ખૂબ અભિનંદન...આ જળ શક્તિ પ્રત્યે લોકોનો ઉત્સાહ દર્શાવે છે.”
***
DS/TS/DB
(ৰিলিজ আই ডি : 1871495)
অতিথি কক্ষ : 158
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam