প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছুইডেনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা উলফ ক্ৰীষ্টাৰছনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 OCT 2022 9:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা উলফ ক্ৰীষ্টাৰছনক অভিনন্দন জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ছুইডেনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত উলফ ক্ৰীষ্টাৰছনক অভিনন্দন জনাইছো। আমাৰ বহুমুখী অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে মই একেলগে কাম কৰিবলৈ আগ্ৰহী।"

***

DS/SH/DB


(ৰিলিজ আই ডি : 1869159) অতিথি কক্ষ : 152