প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 11 OCT 2022 9:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বার্ষিকী  উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়।


এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,


“জন্ম বাৰ্ষিকীত লোকনায়ক জে পিলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ । ভাৰতৰ প্ৰতি তেওঁৰ অৱদান অতুলনীয়। তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি সমৰ্পন কৰিবলৈ লাখ লাখ লোকক প্ৰেৰণা যোগাইছিল। গণতান্ত্ৰিক প্ৰমূল্যবোধৰ এগৰাকী ধ্বজাবাহক হিচাপে তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব।”

***

DS/SH/DB



(Release ID: 1866762) Visitor Counter : 121